Posts

Showing posts with the label Important question answer come in H.S Final year

H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)

1."আগমনত আশ্রয় বাক্যৰ পৰা সিদ্ধান্ত অনিবার্যভাবে নিঃসৃত হয়। কথাষাৰ সত্য নে? 2014 উ- অসত্য ২."আগমনৰ ভিত্তিয়ে আগমনৰ ফল" এই উক্তিটো কোনে কৈছিল? 2014 উ-মিল ৩. মূখ্য গুনৰ দুটি উদাহৰণ দিয়া। 2014 উ-ওজন, আকাৰ ৪.'Mores 'শব্দৰ অৰ্থ কি? 2014 উ-ৰীতি নীতি ৫. "An Essay Concerning Human Understanding" গ্ৰন্থ খন কোনে লিখিছিল?  2014 উ-জন  লক ৬. সকলো মানুহ হয় ধার্মিক । - এই বচনটো বিশ্লেষক নে সংশ্লেষক?2016 উ- বিশ্লেষক ৭.মিলৰ আগমনাভাষত কি দোষ ঘটিছে? 2016 উ-চক্ৰক দোষ।  ৮.আধুনিক দৰ্শনৰ  পিতৃ কোন? 2016 উ-ডেকাৰ্ট ৯."পূৰ্বস্থাপিত শৃঙ্খলা মতবাদ"টো কোনে আগবঢ়াইছিল? 2016 উ- লাইবনিজ ১০. যথাৰ্থ আগমনৰ মূল লক্ষন কি? 2017 উ- আগমনাত্মক জাঁপ ১১.পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?2017  উ- ৪ ১২.নীতি বিদ্যা  বিষয়নিষ্ঠ  বিজ্ঞান হয় নে? 2017 উ- নহয় ১৩.পূৰ্ন আগমন যথাৰ্থ আগমন হয় নে? 2017 উ- নহয় ১৪.কোন সংস্কৃত ধাতু ৰ পৰা  ধৰ্ম শব্দটো উদ্ভব হৈছে?2017 উ- ধৃ ধাতু হয়। ১৫. বৈ জ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন?  উ- জন লক ১৬.অন্বয়ী প্ৰণালী ৰ সিদ্ধান্ত নিশ্চিত নে? 2019 উ- নিশ্চিত হয় ১৭.তৰ্কবিজ্ঞ...