Posts

Showing posts from December, 2024

HS Final year Logic and philosophy

 চমু উত্তৰ  লিখা। 1 .যথাৰ্থ  আগমনৰ মূল লক্ষণ  কি? উ: আগমনাত্মক জাঁপ। 2. পূৰ্ণ  আগমন  যথাৰ্থ  আগমন  হয় নে? উ: নহয়। 3."কাৰণ  হল অনুকূল  আৰু প্ৰতিকূল  উপকৰণৰ  সমষ্টি"।  কথাষাৰ কোনে কৈছিল?  উ:মিল 4.কাৰ্যকাৰণ বিধি হল আগমনৰ  বস্তুগত  ভিত্তি। কথাষাৰ  সত্য  নে? উ:নহয় । 5.আগমনত আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত  অনিবাৰ্য্যভাৱে নিঃসৃত  হয় কথাষাৰ সত্য নে? উত্তৰ  -নহয় । 6."সকলো মানুহ  হয়  ধাৰ্মিক  " এই  বচনটো বিশ্লেষক নে সংশ্লেষক? উ: বিশ্লষক 7. মিলৰ আগমনাভাষত কি দোষ   ঘটিছে? উ: চক্ৰক দোষ।  8.পৰিশেষ প্ৰণালী প্ৰয়োগৰ  বাবে কাৰ্য বা কাৰণৰ পূৰ্ব জ্ঞানৰ  দৰকাৰ  হয় নে? উ:হয় 9 .পূৰ্বস্থাপিত শৃংখলা মতবাদটো কাৰ লগত জড়িত  ?  উ:লাইবনিজ 10.আধুনিক  দৰ্শনৰ পিতৃ কোন?  উ: ডেকাৰ্ট 11.বাস্তৱ  কাৰণ কাক বোলে? উ: যাৰ অস্তিত্ব  স্বীকাৰ  কৰাটো যুক্তি সংগত, যাৰ অস্তিত্বৰ স্বীকৃতি আত্ম  বিৰোধ নহয় তাক বাস্তৱ  কাৰণ বোলে। 12....