H.S Final year Logic and philosophy আগমনৰ ভিত্তি

 1 আগমন অনুমানৰ উদ্দেশ্য  কি?

উ: আগমন অনুমানৰ উদ্দেশ্য   হৈছে সিদ্ধান্ত  স্বৰূপেএটা সত্য  বা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠি কৰা ।

2 আগমনৰ  ভিত্তি কেইপ্ৰকাৰৰ  আৰু কি কি?

উ:দুই প্ৰকাৰৰ।  আকাৰগত ভিত্তি আৰু বস্তুগত  ভিত্তি

3 আগমনৰ ভিত্তি বুলিলে কি বুজা ?

উ:শুদ্ধ  যথাৰ্থ সামান্য  বচন  পাবৰ বাবে আগমনে বিশেষ  কিছুমান  কথাৰ ওপৰত  ভিত্তি কৰি জ্ঞাত সত্য ৰ পৰা অজ্ঞাত  সত্যলৈ যাব লগা হয়। ইয়াকে আগমনৰ ভিত্তি বোলে।

4 প্ৰকৃতিৰ  একৰূপতা বিধি আগমন অনুমানৰ __________ভিত্তি 

উ: আকাৰগত ভিত্তি

5________প্ৰকৃতিয়ে একে আচৰণ  কৰে।

উ: একে পৰিবেশত  

6 প্ৰকৃতিৰ একৰূপতা বিধি  সম্পৰ্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত  উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম ________

উ:চক্ৰক দোষ 

7 আগমনৰ  ভিত্তিয়ে আগমনৰ _______

উ:ফল

8 প্ৰকৃতিৰ একৰূপতা বিধি কেইপ্ৰকাৰৰ  আৰু কি কি?

উ: দুই প্ৰকাৰৰ।  অনুক্ৰমিতাৰ একৰূপতা আৰু সহ-অৱস্থানৰ একৰূপতা

9 সহ-অৱস্থানৰ একৰূপতা মানে কি?

উ:সহ-অৱস্থানৰ একৰূপতাত দুটা  ঘটনা একেলগে প্ৰত্যক্ষ  কৰা হয়।যেনে গাখীৰ  বগা, পানী পনীয়া।

10 অনুক্ৰমিতাৰ একৰূপতা মানে কি?

উ: অনুক্ৰমিতাৰ একৰূপতাত আমি দুটা ঘটনা  একেলগে অগা পিচাকৈ ঘটা দেখিবলৈ  পাও ।যেনে দিনৰ পিছত  ৰাতি আকৌ ৰাতিৰ  পিছত  দিন হয়।


Comments

Popular posts from this blog

H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)