কাৰ্য - কাৰণ বিধি HS 2ND YEAR
1 বৌদ্ধ দৰ্শনত কাৰ্য কাৰণ সম্বন্ধীয় মতবাদ টোৰ নাম কি? Ans - প্রতীত্যসমুৎপদ 2 Sankhya darshan এ সৎকাৰযবাদ স্বীকাৰ কৰেনে? Ans - কৰে 3" শূন্য ৰ পৰা শূন্য পাব পাৰো" এই কথাষাৰ কোনে কৈছে? Ans - বেইন 4 সৎকাৰযবাদ বুলিলে কি বুজা? Ans - কাৰ্য উৎপত্তি পূৰ্বে কাৰণত অন্তৰ্নিহিত হৈ থাকে। 5 কাকতালীয় দোষ কাক বোলে? Ans - যিকোনো এটা পূৰ্ববৰ্তী ঘটনাই তাৰ পৰবৰ্তী ঘটনাৰ কাৰণ হব নোৱাৰে।কাৰণ হবলৈ হলে ই নিয়ত অৰ্থাৎ অপৰিবৰ্তনীয় হব লাগিব। যিকোনো এটা পূৰ্ববৰ্তী ঘটনাক তাৰ পৰবৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি ললে তাক ককতলীয়া দোষ বোলে। 6 কাৰণৰ পৰিমানগত লক্ষন কোনটো নিয়মৰ ওপৰত প্ৰতিষ্ঠিত? Ans - পদাৰ্থ বিজ্ঞানৰ দ্ৰৱ্য আৰু শক্তিৰ আবিনাস্বৰতা নিয়ম ৰ ওপৰত প্ৰতিষ্ঠিত 7 "উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ।অৰ্থাৎ কাৰণৰ অন্তৰ্গত প্ৰতিটো ঘটনাই একো একোটা উপকৰণ।" কোনে কৈছে? Ans - কৰ্ভেথ ৰীড 8 কাৰণ অনুকূল বা সদর্থক আৰু প্ৰতিকূল উপকৰণৰ সমষ্টি কথাষাৰ কোনে কৈছে? Ans - মিল 9 প্রতীত্যসমুৎপদ তত্ব মানে কি? Ans -প্রতীত্যসমুৎপদ তত্ব মতে জগতৰ কোনো এটা ঘটনা উৎপত্তিৰ প...