কাৰ্য - কাৰণ বিধি HS 2ND YEAR
1 বৌদ্ধ দৰ্শনত কাৰ্য কাৰণ সম্বন্ধীয় মতবাদ টোৰ নাম কি?
Ans - প্রতীত্যসমুৎপদ
2 Sankhya darshan এ সৎকাৰযবাদ স্বীকাৰ কৰেনে?
Ans - কৰে
3" শূন্য ৰ পৰা শূন্য পাব পাৰো" এই কথাষাৰ কোনে কৈছে?
Ans - বেইন
4 সৎকাৰযবাদ বুলিলে কি বুজা?
Ans - কাৰ্য উৎপত্তি পূৰ্বে কাৰণত অন্তৰ্নিহিত হৈ থাকে।
5 কাকতালীয় দোষ কাক বোলে?
Ans - যিকোনো এটা পূৰ্ববৰ্তী ঘটনাই তাৰ পৰবৰ্তী ঘটনাৰ কাৰণ হব নোৱাৰে।কাৰণ হবলৈ হলে ই নিয়ত অৰ্থাৎ অপৰিবৰ্তনীয় হব লাগিব। যিকোনো এটা পূৰ্ববৰ্তী ঘটনাক তাৰ পৰবৰ্তী ঘটনাৰ কাৰণ বুলি ধৰি ললে তাক ককতলীয়া দোষ বোলে।
6 কাৰণৰ পৰিমানগত লক্ষন কোনটো নিয়মৰ ওপৰত প্ৰতিষ্ঠিত?
Ans - পদাৰ্থ বিজ্ঞানৰ দ্ৰৱ্য আৰু শক্তিৰ আবিনাস্বৰতা নিয়ম ৰ ওপৰত প্ৰতিষ্ঠিত
7 "উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ।অৰ্থাৎ কাৰণৰ অন্তৰ্গত প্ৰতিটো ঘটনাই একো একোটা উপকৰণ।" কোনে কৈছে?
Ans - কৰ্ভেথ ৰীড
8 কাৰণ অনুকূল বা সদর্থক আৰু প্ৰতিকূল উপকৰণৰ সমষ্টি কথাষাৰ কোনে কৈছে?
Ans - মিল
9 প্রতীত্যসমুৎপদ তত্ব মানে কি?
Ans -প্রতীত্যসমুৎপদ তত্ব মতে জগতৰ কোনো এটা ঘটনা উৎপত্তিৰ পূৰ্বে সি আন এটা ঘটনাৰ ওপৰত। নিৰ্ভৰশীল হৈ থাকে ।
Comments
Post a Comment