H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ
1 তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় কি? উ: অনুমান 2 তৰ্কবিজ্ঞানৰ আদৰ্শ কি? উ:সত্যতা 3 সত্যতা কেইপ্ৰকাৰৰ? উ:দুই প্ৰকাৰৰ। 4 নিগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰেনে? উ:নকৰে 5 আগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰে নে? উ:কৰে 6 অনুমান কেইপ্ৰকাৰৰ?কি কি? উ:2 প্ৰকাৰৰ। আগমন আৰু নিগমন 7 তৰ্কবিজ্ঞানৰ মূখ্য উদ্দেশ্য কি? উ:অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা। 8.সত্যতা কেইপ্ৰকাৰৰ আৰু কি কি? উ:আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা 9 নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত হয় নে? উ: হয়। 10 নিগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত হয়নে? উ:নহয়। 11 আগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত হয়নে? উ: হয়। 12 আগমনাত্মক জাঁপ কাক বোলে? উ:বিশেষৰ পৰা সামান্যলৈ,"কিছুমানৰ "পৰা "সকলো"লৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই আগমনাত্মক জাঁপ বোলে । 13.তাৎপৰ্য অনুযায়ী সামান্য বচনক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কিকি? উ: দুই ভাগত। বিশ্লেষক বা শাব্দিক আৰু সংশ্লেষক বা যথাৰ্থ। 14. বিশ্লেষক বচ...

Comments
Post a Comment