দৰ্শন
1। দৰ্শন ৰ ইংৰাজী প্ৰতিশব্দ Philosophy শব্দটো কি ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?
উ- Philosophy শব্দটো গ্ৰীক ভাষাৰ 'Philos ' আৰু 'Sophia'ৰ পৰ আহিছে। Philos ৰ অৰ্থ হৈছে প্ৰীতি বা অনুৰাগ আৰু Sophia ৰ অৰ্থ হ'ল জ্ঞান।
2।দৰ্শন কাক বোলে?
উ- ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা বাখ্যাক দৰ্শন বোলে।
3।দৰ্শন আৰু বিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা।
উ- আলোচ্য
Comments
Post a Comment