Solved Pre Final examination Paper Logic & Philosophy

1 তৰ্কবিজ্ঞানৰ মূল লক্ষ্য কি?
Ans - সত্য 

2 সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত নিশ্চিত নে?
Ans-  অসত্য 

3 বৈজ্ঞানিক আগমনৰ ভিত্তি কি?
Ans - প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য্য কাৰণ বিধি

4 মিলৰ আগমন প্ৰণালীৰ মুখ্য পৰীক্ষণ দুটা কি?
Ans -  অন্বয়ী আৰু ব্যতিৰেকি প্ৰণালী 

5  অপৰ্যবেক্ষণ দোষ কেতিয়া ঘটে?
Ans -প্ৰয়োজনীয় তথ্য প্ৰত্যক্ষ নহলে।

6 অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত দোষ কি?
‌‌উ:নানাকাৰণ‍বাদ

7 ব্যতিৰেকী প্ৰণালীৰ প্ৰকৃতিগত দোষ কি
উ- কাকতালীয় দোষ 

8 মূখ্য আৰু গৌণ  গুণসমূহ ভিন্ন বুলি কোৱা দাৰ্শনিক জনৰ নাম  কি?
উ- জন‌ লক

9 মূখ্য আৰু গৌণ গুণসমূহ অভিন্ন বুলি কোৱা দাৰ্শনিক জনৰ নাম কি?
উ- বাৰ্কলি

10 বাস্তৱ কাৰণৰ অৰ্থ কি?
উ- প্ৰকৃত কাৰণ 

11 এটা প্ৰকল্পৰ প্ৰমাণীকৰন কেইপ্ৰকাৰৰ?
উ- দুই প্ৰকাৰৰ 

12 পূৰ্বে স্থাপিত শৃংখলা মতবাদ কোনে‌ আগবঢ়াইছিল?
উ- লাইবনিজ 

13 অবৈজ্ঞানিক আগমনৰ ভিত্তি কি?
উ- অবাধিত অভিজ্ঞতা আৰু অভিজ্ঞতাৰ এক ৰূপতা বিধি
 


Comments

Popular posts from this blog

H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)

H.S Final year Logic and philosophy আগমনৰ ভিত্তি