H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)
1."আগমনত আশ্রয় বাক্যৰ পৰা সিদ্ধান্ত অনিবার্যভাবে নিঃসৃত হয়। কথাষাৰ সত্য নে? 2014
উ- অসত্য
২."আগমনৰ ভিত্তিয়ে আগমনৰ ফল" এই উক্তিটো কোনে কৈছিল? 2014
উ-মিল
৩. মূখ্য গুনৰ দুটি উদাহৰণ দিয়া। 2014
উ-ওজন, আকাৰ
৪.'Mores 'শব্দৰ অৰ্থ কি? 2014
উ-ৰীতি নীতি
৫. "An Essay Concerning Human Understanding" গ্ৰন্থ খন কোনে লিখিছিল? 2014
উ-জন লক
৬. সকলো মানুহ হয় ধার্মিক । - এই বচনটো বিশ্লেষক নে সংশ্লেষক?2016
উ- বিশ্লেষক
৭.মিলৰ আগমনাভাষত কি দোষ ঘটিছে? 2016
উ-চক্ৰক দোষ।
৮.আধুনিক দৰ্শনৰ পিতৃ কোন? 2016
উ-ডেকাৰ্ট
৯."পূৰ্বস্থাপিত শৃঙ্খলা মতবাদ"টো কোনে আগবঢ়াইছিল? 2016
উ- লাইবনিজ
১০. যথাৰ্থ আগমনৰ মূল লক্ষন কি? 2017
উ- আগমনাত্মক জাঁপ
১১.পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?2017
উ- ৪
১২.নীতি বিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয় নে? 2017
উ- নহয়
১৩.পূৰ্ন আগমন যথাৰ্থ আগমন হয় নে? 2017
উ- নহয়
১৪.কোন সংস্কৃত ধাতু ৰ পৰা ধৰ্ম শব্দটো উদ্ভব হৈছে?2017
উ- ধৃ ধাতু হয়।
১৫. বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন?
উ- জন লক
১৬.অন্বয়ী প্ৰণালী ৰ সিদ্ধান্ত নিশ্চিত নে? 2019
উ- নিশ্চিত হয়
১৭.তৰ্কবিজ্ঞানৰ মূল আলোচ্য বিষয় কি? 2019
উ- অনুমান
১৮.নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু কি? 2019
উ- অভিপ্রায়
১৯.অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্ৰণালী প্ৰতিষ্ঠিত? 2019
উ- প্রথম সূত্ৰ
২০.মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্রথম স্তৰটো স
কি? 2019
উ- প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ
Thank you mem
ReplyDeleteWelcome
Delete