H.S 2 nd year Logic and philosophy important question answer come in final exams in Assamese (1 marks)

1."আগমনত আশ্রয় বাক্যৰ পৰা সিদ্ধান্ত অনিবার্যভাবে নিঃসৃত হয়। কথাষাৰ সত্য নে? 2014

উ- অসত্য

২."আগমনৰ ভিত্তিয়ে আগমনৰ ফল" এই উক্তিটো কোনে কৈছিল? 2014

উ-মিল

৩. মূখ্য গুনৰ দুটি উদাহৰণ দিয়া। 2014

উ-ওজন, আকাৰ

৪.'Mores 'শব্দৰ অৰ্থ কি? 2014

উ-ৰীতি নীতি

৫. "An Essay Concerning Human Understanding" গ্ৰন্থ খন কোনে লিখিছিল?  2014

উ-জন  লক

৬. সকলো মানুহ হয় ধার্মিক । - এই বচনটো বিশ্লেষক নে সংশ্লেষক?2016

উ- বিশ্লেষক

৭.মিলৰ আগমনাভাষত কি দোষ ঘটিছে? 2016

উ-চক্ৰক দোষ। 

৮.আধুনিক দৰ্শনৰ  পিতৃ কোন? 2016

উ-ডেকাৰ্ট

৯."পূৰ্বস্থাপিত শৃঙ্খলা মতবাদ"টো কোনে আগবঢ়াইছিল? 2016

উ- লাইবনিজ

১০. যথাৰ্থ আগমনৰ মূল লক্ষন কি? 2017

উ- আগমনাত্মক জাঁপ

১১.পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?2017

 উ- ৪

১২.নীতি বিদ্যা  বিষয়নিষ্ঠ  বিজ্ঞান হয় নে? 2017

উ- নহয়

১৩.পূৰ্ন আগমন যথাৰ্থ আগমন হয় নে? 2017

উ- নহয়

১৪.কোন সংস্কৃত ধাতু ৰ পৰা  ধৰ্ম শব্দটো উদ্ভব হৈছে?2017

উ- ধৃ ধাতু হয়।


১৫. বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? 


উ- জন লক


১৬.অন্বয়ী প্ৰণালী ৰ সিদ্ধান্ত নিশ্চিত নে? 2019


উ- নিশ্চিত হয়


১৭.তৰ্কবিজ্ঞানৰ মূল আলোচ্য বিষয় কি? 2019


উ- অনুমান


১৮.নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু কি? 2019

উ- অভিপ্রায়

১৯.অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্ৰণালী প্ৰতিষ্ঠিত? 2019

উ- প্রথম সূত্ৰ

২০.মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্রথম স্তৰটো স

কি? 2019

উ- প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ





Comments

Post a Comment

Popular posts from this blog

H.S Final yeat Logic and philosophy আগমন আৰু ইয়াৰ প্ৰকাৰ MCQ

H.S Final year Logic and philosophy আগমনৰ ভিত্তি