Solved Pre Final examination Paper Logic & Philosophy
1 তৰ্কবিজ্ঞানৰ মূল লক্ষ্য কি? Ans - সত্য 2 সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত নিশ্চিত নে? Ans- অসত্য 3 বৈজ্ঞানিক আগমনৰ ভিত্তি কি? Ans - প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য্য কাৰণ বিধি 4 মিলৰ আগমন প্ৰণালীৰ মুখ্য পৰীক্ষণ দুটা কি? Ans - অন্বয়ী আৰু ব্যতিৰেকি প্ৰণালী 5 অপৰ্যবেক্ষণ দোষ কেতিয়া ঘটে? Ans -প্ৰয়োজনীয় তথ্য প্ৰত্যক্ষ নহলে। 6 অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত দোষ কি? উ:নানাকাৰণবাদ 7 ব্যতিৰেকী প্ৰণালীৰ প্ৰকৃতিগত দোষ কি উ- কাকতালীয় দোষ 8 মূখ্য আৰু গৌণ গুণসমূহ ভিন্ন বুলি কোৱা দাৰ্শনিক জনৰ নাম কি? উ- জন লক 9 মূখ্য আৰু গৌণ গুণসমূহ অভিন্ন বুলি কোৱা দাৰ্শনিক জনৰ নাম কি? উ- বাৰ্কলি 10 বাস্তৱ কাৰণৰ অৰ্থ কি? উ- প্ৰকৃত কাৰণ 11 এটা প্ৰকল্পৰ প্ৰমাণীকৰন কেইপ্ৰকাৰৰ? উ- দুই প্ৰকাৰৰ 12 পূৰ্বে স্থাপিত শৃংখলা মতবাদ কোনে আগবঢ়াইছিল? উ- লাইবনিজ 13 অবৈজ্ঞানিক আগমনৰ ভিত্তি কি? উ- অবাধিত অভিজ্ঞতা আৰু অভিজ্ঞতাৰ এক ৰূপতা বিধি